পৃষ্ঠা:গুৰুচৰিত.djvu/৮৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভিীৰ ও দশ গোট বা ভান খান অস্ত্ৰ। কটিত বান্ধিয়া আছা বাঘছাল বক্স। দশ গোট কৰ্ণ কপালত ত্ৰিলোচন। ভস্ম ধূলা কৰিলন্ত গাৱৰ ৩২৬ মহা চমৎকাৰ ৰূপ দেখি সতী ভৈত। কিছু কুবুলিয়া চাই আহত হত। আৰে সপোনৰু সতী সেলিন্ত পাচে। শখ চত্ৰ গদা পল্প হাতে ধৰি আছে।৩২৭ মহা বিপৰীত ৰূপ দেখিতে বিস্ময়। কোটি সূৰ্য্য সম নহে অধিকে বলয়। তাহান আগত মহাদেৱ ক্ষুদ্ৰ সম। সূতিকাগৃহত যেন সূৰ্যৰ প্ৰকাশ ৩২৮ মহাদেৱ কান্তি যত সমস্তে টুটিল। পুদিশে আমি যেন ভাস্কৰ উঠিল। স্বপ্ন দেখি আহা সতী বিমোহিত হই। সুকোমল কম চম তল দুই॥৩২৯ চৰণ ৰা ত সুকোমল বনি। জানু এ অৱশিত বাকল মেনি। পাট শীত ধূনিক দেখতে মনোনীত। ৰান্ধি আম বয় যে কটিত॥৩০০ চাৰু তা বলে দেখতে হতো।