পৃষ্ঠা:গুৰুচৰিত.djvu/৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তি কে বাণিৰগ বেহাই আনে বহু ধন | এ তাহে লাগ পাই। যায় নাও ভাৰ | নপাৰ পাৰ তৰ ভাসি ফুৰে যেন মাজে যাই। পাক লাগি সৎসঙ্গত যিটো মহাপাসবে পাপ সাগৰত ৰাই ভুল। নাহিকে নিস্তাৰ আৰ এনা সবে কথা তাৰ গলত বাৰিয়া যেন শিলা কৰিয়ে বিশ্বাস তাত সৎসঙ্গ যে মুখ্য পথ ধৰা আন চৰণত গণি। তেবেসে হৈৰেক সিদ্ধি হৰি গুণ নৱনিধি | শী কৰি ভজিয়ে অদ্যাপি [৩০৪ দৈৱকীলন দেৱ | পদে কৰে সেৱ | দিয়ে মোক চৰণত বাস। তৈলোহো ভৃত্যৰে ভূত আৰে মই কৃতকৃত্য | মোক ৰাপ কৰিমোক দাস। শৰ মাধৱ নাম এগুচেক অবিশ্ৰাম | সিদ্ধি কৰা মোৰ মনকাম। কহে ৰাম মূঢ়ছি গুৰু বিনে নাহি গতি নিৰৰ বোলা ৰাম ৰাম ৩০৫