পৃষ্ঠা:গুৰুচৰিত.djvu/৮০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰিত সত্যস্যা সতী আই আনন্দৰ সীমা নাই | পাইলা মহা বিতোপন স্বামী। উহুৰ্গিলা টঙ্কা আৰ গো ভূমি হেমহাৰ | আছে তৈত যত তোক গ্ৰামী। পিতৃৰ উছৰ্গা যত কৰিৰেহে সীমা কত | ৰ ধন দিলা দাস দাসী। কাহালী মহৰী ৱেী উৰুলি মঙ্গল কৰি | বাদ্য ভাণ্ড বাৱয় অশেষ॥২৯৮ " এয় সুল | কৰে মহী টবল তনি বৰ লোকৰ বঞ্চাল। বহুতৰ তোক যত সীমা সংখ্যা নাই তৈত নুনয় কাৰৰ মাত বোল। বহুতৰ ভূঞা বেঢ়ি কৰে সুমঙ্গল খেড়ি জয় জয় বাৱয় চাপৰি। কৰ্ণে যেন হানে তাল বোলে সবে ভাল ভাল | ৰিীৱ দুয়ো আজি ধৰি॥২১৯। মৃত্যুয়ে ৱ ধৰি অগ্নিত আহুতি কৰি পুণাহতি দিলা মন্ত্ৰ পঢ়ি। অগ্নিকুত আলি লৈ বিহাৰ উদ্বগ তৈলা | বৰক নমিলা কন্যা পৰি wয় আদি কৰি যত সমস্যাৰ লোক হৃমিনা কৰি।