পৃষ্ঠা:গুৰুচৰিত.djvu/৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৬) “মানেৰিৰপৰা, এহিসে কাৰণে, আনৰ কৰিয়া বাস্ত। শঙ্কৰক আদি, কৰিয়া যতেক, শুনে ৰঙ্গে ভাগৰত।” শ্ৰীহৰিজেৰ চৰিতৰপৰা জনা যায়-এসময়ত শ্ৰীমন্ত শঙ্কৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱে শ্ৰীশ্ৰীহৰি গুৰুৰ সন্মান বঢ়াবলৈ ভক্তসকলৰসৈতে মানেৰিলৈ গৈ সাত দিন, সাত ৰাতি কীৰ্ত্তন কৰি শ্ৰীহৰিগুৰুক মান কৰিছিল; সেই সময়ৰ ৰা সেই ঠাইৰ নাম মানেৰি হয়। শ্ৰীশ্ৰীহৰিদৰ চৰিতত স্পষ্টভাবে লিখিছে- ‘শঙ্কৰ নামে আসি অৱতাৰ হৈব। জ্ঞান ভক্তি উপদেশে লোক নিস্তাৰিব। লোক ৩বিধাৰ হেতু পৃথিবীত আসি। হৰিদেৱ ব্ৰাহ্মণত কহিব প্ৰকাশি”। ৰামচৰণ ঠাকু ৰ গুৰুচৰিত লিখিছে- “গুৰু বোলে অত কিছু নকৰা সন্দেহ। মোৰে দামোদনে ভিন্ন নাই মাত্ৰ লেশ।৩১৩৯ এই চৰিততেই শ্ৰীগুৰু এয়াণ কৰোঁতে তেৰাৰ হতুৱাই ৰামান ঠাকুৰ দেৱক কোৰাইছে। | “সামোদৰ গোসাঁইক যে ভেদ নকৰিবা।” চৰিত পৰিবোৰত এই নিচিনা প্ৰতিতাবৰ বহুতো পদ আছে। যেনে- ‘এহি বুলি যেনে ৰৈ দামোদৰ সেৱা কৈল দূৰ লৈ যত পাপৰাশি। কৃতকৃত্য মানিলন্ত। দামোদৰে বুলি কিনো মোৰ ভাগ্য তৈল আসি।”২৯৮