পৃষ্ঠা:গুৰুচৰিত.djvu/৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এম এ তাতে এক আছিল নামে হৰি পাৰ তান ভাৰ্যা নামে মালাকান্তী। তাহান তনয় আনে। | নামত হৃদয়ানন্দ | তানে পুত্ৰ তৈল বামপুৰি। অনিৰুদ্ধ পুত্ৰ জানা ৰামপুৰিয়াৰ তেহে। | ৰূপে গুণে বিদ্যাখৰ সৰি॥২৯৫ তান ভাষা শৈব্যাসতী পৰম ধৰ্মত মতি ৰূপে গুণে গততে বন্যা। তাহান গৰ্ভত থিতি | ঈশ্বৰৰ সৰ্ব শক্তি | তাতে সত্যসন্ধ্যা নামে কন্যা। অনিক মহামতি আলিপুখুৰীক প্ৰতি | গৈলা চলি মই আৰম্বৰে। দেখিয়া তাহা পাচে বসিবাক দিলা খান | মহা আনন্দতে সূৰ্যবৰ২৯৬ মুধিলন্ত কৰি তাক কিবা কাৰ্য্যে আসিল | কহিয়োক বচন আমাত। তনি অনিৰুদ্ধে পাচে বোলে এক কন্যা আছে | দিবে চাও তোমাৰ পুত্ৰ। সূৰ্যবৰে বোলে হাসি | চলি যায়ে মহাবশী আনিয়ো কন্যা তুমি যাই। ভাৰা স্বামী আলোচিয়া আসিত কন্যা লৈয় পে গুণে তাৰ সম নাই।২১৭