পৃষ্ঠা:গুৰুচৰিত.djvu/৭৫৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৈলত উদিত শৰ বিদিত একাশি নিৰ্য। দেৱ তীৰ্থ ব্ৰত | বাগ যোগ ও | দূৰ কৈ আন কৰ্ম। ৩৪৪৪ আৰু গুৰু কৰি দৃঢ়মনে ধৰি | সংসাৰ তৰিয়ে সুখে। আয়ু বহি যায় দেখিয়ে লোকই | ঝান্টে নাম লোৱা মুখে। দৈৱকীনন্দন বিনে মোৰ মনে নাই নাই আন দেৱ।। কেৱল ভকতি ভকতে পীৰিতি তান্ত বিনে নাহি কেৱ।৩৪৪৫ নাম বিনে | ধৰ্ম নাই আন | মহাভাগৱতে কয়। ভৈলো শুভে অন্ধ ভজিবে প্ৰৱ নকৰে মনে নিশ্চয়। এত কৃপা কৰা | গুৰু গদাধৰ গুচায়ো মোৰ দুৰছি। শৱণ কীৰ্তন | হোক সৰ্ব কয়ে মোক সুবুজি। ৩৪৪ কাবাক্য মনে | তোমাৰ চৰণে কৰেছে শৰি এলাম।