পৃষ্ঠা:গুৰুচৰিত.djvu/৭৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭ সময় ধৰ্ম্ম ধৰ্ম বোলে হেন পাপ কৰ্ণ আৰ নকৰিবো কিছছ আমি। পৰম বান্ধৱ দেৱ | মোৰ মনে নাহি কে। | শঙ্কৰত পৰে নিজ স্বামী। ৩৪৩৯ তাৰ ভাই বন্ধু যত চিতা সাজি তুলি ভাত | শৱগোট দহিবে খোত। হেন বেলা জীৱ যাই সোমাইলন্ত নিকায় | চিতামাজে উঠি বসিলন্ত। ঘুমটিৰ জাগি যেন দেখিলে সবে হেন আথে বেথে চিতাৰ নমাইলা।। নিল। তাক ধৰি ঘৰে শুদ্ধ হয় অনন্তৰে শঙ্কৰৰ কথা কহিল। ৩৪৪ শুনিয়া বিস্ময় ভৈলা | ধৰ্ম ধৰ্ম্ম সুমৰিলা থাকিলা আনন্দে সবে মনে।। হেন কথা ভক্তে নি কৰিলত হৰিধ্বনি নিৰন্তৰে সবে মহানে। দুই দণ্ড ওচৰত তাৰ ঘৰ আছে তৈত আলিপ্ত ভক্ত একবৰ। কিহমান পাপ তাৰ আহিল সি এগৰ তাতে ভূতে ধৰিলা যমৰ। ৩৪৪১