পৃষ্ঠা:গুৰুচৰিত.djvu/৭৫৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৪০ গুৰু-চৰিত কৰিয়া একান্ত চিত্ত শুনিলা অঙ্কৰ গীত | সভাসদ যতেক আছয়। ৩৪৩৬ সৰু ৰচি সাঙ্গ কৰি থাকিলা শঙ্কৰ হৰি | শুনা আৰো আত অনুৰে। একজন ভক্ত আছে। | তেহো মৰিলন্ত পাচে | শুনা যেন কৰিলা শৱৰে। যমদূতে নেই ধৰি | বান্ধি জপুৰ কৰি | শৰে বাটতে পাইলে পাগ। যমদূত হেন জানি বোলে ৰং ৰহ বাণী | এহি বুলি ভেন্টিলেক আগ॥ ৩৪৩৭ শক দেখি উৰি | লৰ দি ভকতক এৰি | মহাভয় বুয়া পলাই গৈলা। তাৰ জীৱগত আছে বান্ধে সমে পৰি আছে | দেখি তাক শঙ্কৰে মেলিল। দূতৰ এৰায় হাত শবৰ চৰণত নমস্কাৰ কৰিলন্ত যাই। পুনু আৰে ধৰে বুলি আস হৈয়া মাথা তুলি | কম্পে গাৰ চতুৰ্ভিতি চাই। ৩৪৩৮ শঙ্কৰে বুলিলা চাই আৰো কিছো ভয় নাই আপুনাৰ ঘৰে বায়ো মুখে। বিনয় বচন বুলি চৰণৰ লৈ ধূলি কৃষ্ণ অমৰে বনে মুখে।'