পৃষ্ঠা:গুৰুচৰিত.djvu/৭৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প খণ্ড। e ৰামৰম এক সন্ত | একদিন বচনে সাৰি। বোলে দশমৰ সাৰ | বোযা হলে আৰোবাৰ | পদ কৰি দিয়ে। ডেকাগিৰি, শুনি | শঙ্কৰ। তেতিক্ষণে দশম | সাৰ কাঢ়ি পদ কৰিলন্ত। সাথে ধৰ্ম্ম অৰ্থ কাম লীলামাল হেন নাম ঙ্গে গুৰু তাহাৰ থৈল। ৩৪ ৩৪ বেদ শিৰোৰ যিটো ভকতজনৰ ইটো সমস্তে শাস্ত্ৰৰ শিৰোৰত্ন। কৰিয়ে বিশ্বাস আত হৈবেক ভকতি বাত | গলে বান্ধি লৈয়ো কৰি যত্ন। জানিবা সাৰতো সাৰ লীলামাল সম যাৰ ভকতজনৰ নৱনিধি। কৰা আত দৃঢ় ৰতি কলিত হৈবেক গতি সাধয় লোকৰ সৰ্বসিদ্ধি। ৩৪৩৫ না আতপৰে আৰ | লীলা গুণ শঙ্কৰৰ | কৃষ্ণৰ কীৰ্তন কৰি আছে। পাৰিজাত হে নাম অন্তু মহা অনুপম | কৰি গৰুৰ তাত পাচে। বলিত অ বেবে লোকৰ আমল থেকে মিলি গৈ খেতে বিষয়। সভিলভ অ ল আনন্দ লেন