পৃষ্ঠা:গুৰুচৰিত.djvu/৭৫৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাঘ ত্ৰাস হয়া | নিশাস তেজিয়া ঠাইতে পৰি ৰহি। শঙ্কৰে দেখিয়া প কোলে লৈয় | উলটি ঘৰে আসিল। ঘৰক আসিয়া শশুকো জাৰিয়া বিষক কৰিলা পানী। উঠিলন্ত শশা মৰণৰ দেহ এৰাই মৰণ নি। ৩৪২৯ | ছবি শা জীয়াই ৰতে ৰৈল। সবাৰে আনন্দ ভৈল | ইসব কথা আবে থওঁ। শুনা সবে থিৰ মনে যত সমাজিক আনে পশুৰ সাধনা কিছে কওঁ। সক্ৰীড়া সময়ত | যিব চন্দ্ৰে আকাশত | শশা কৰ্ণে ৰহি আছিল। কৰ ৰহস্য খেলি দেখিলে গোপকেলি চন্দ্ৰ সমে শশাদ মহন্ত। ৩৪৩ সোৎসৱে ৰছে হৰি | গোপৰ কণ্ঠত এৰি | পূৰ্ণচত্ৰে আলিঙ্গন কৈলা। ৪৭