পৃষ্ঠা:গুৰুচৰিত.djvu/৭৫২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭৩ একৰি পৰম যতনে দশম কীৰ্তনে | দিল। নাম পূৰ কৰি। ইটো কথা থওঁ শুনা পুনু কওঁ | শঙ্কৰৰ লীলা যশ। এক চিত্ত কৰি | শুনা কৰ্ণভৰি ভক্তৰ ইটো সৰ্বস। ৩৪২৬ এহিমতে বলে | ভকতৰ সতে শঙ্কৰদেৱ আছন্ত। পুৰাণ ভাৰত | ভাগৱত যত কথাৰূপে ৰচিলন্ত। হেমতে আছে | শুনা তাত পাচে কৰিলা যে শকৰে। এক শশাষগ , পুষিয়া আছন্ত স্নেহ কবি আনি ধৰে। ৩৪২৭ তাক বাষে নিলে ভকতে দেখিলে টাটী আলি ফালি বেগে। হেন কথা নি। | শঙ্কৰে আপুৰি খেদি গৈলা সেহি ছেগে। খেদি গৈয়া বাৰ ভৈলা ভাৰ আগ পাট ভুনি বান্ধি তুলি। দিলা ৰাৰ পাক হাতে ধৰি তাক কৈকনেস পশু বুলি ৩৪২৮