পৃষ্ঠা:গুৰুচৰিত.djvu/৭৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শৰে দেখিয়া বুলি খাসিয়া ভাল তযু কৃত্যখানি। কিন্তু অৰ তত্ত্ব। | থাকিল মা | কহিলও হাসি নি॥৩৪২৩ তাৰ অৰ্থ তত্ত্ব কহি ফলিত | এহিমতে সবে আছে। হৰিবংশ তথা চাহি কৃষ্ণকথা পৰ কৰিলন্ত পাচে। ৰুক্মিণী হৰণ জগত ভাষণ কুৰুক্ষেত্ৰে আৰে কৈলা। কৰিয়া প্ৰৱন্ধ | সেহি বাৰস্ক গীত আৰো বিৰচিল। ৩৪২৪ আছে যত যত | পুৰাণ ভাৰত | ভাগৱত আদি চাই। মথি তাৰ ৰস ভক্তৰ সবল | দিল আনি ঠাই ঠাই। মহা মনোম কীৰ্তন দশম স্বাদতো স্বাদ বিশেষ। কায়বাক্যে চাইল বৰ সাৰ পাইল পয়াৰে দি ৰস। ৩৪২৫ লিঙ্গ পুৰাণৰ | গোপীসকলৰ আনিলা নাম উজাৰি।