পৃষ্ঠা:গুৰুচৰিত.djvu/৭৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এহিৰতে আছে। | শু ভাত পাতে | কৰিলা যেন শঙ্কৰে। কৰি সাৰোৰ। | জনম বাৰ এ কৈলা নিৰে। নচিকে অন্ত প্ৰসংশিদা সামাজ। মহা সময় | কৃষ্ণ যশচয় দেখাই তাহৰ কাজ। ৩৪১৮ এহিমতে বলে ভকতৰ সতে আনন্দে থাতে আছে। কৰিয়া প্ৰৱন্ধ একাদশ স্কন্ধ | পদ কৰিল পাচে। উদ্ধৱ মহন্ত মহা মুখ্যতম কৃষ্ণৰ প্ৰিয় তকত। কৃষ্ণসে জীৱন আত্ম। প্ৰিয়। | প্ৰেমধাৰী মহাসন্ত। ৩৪১৯ ভকতৰ চিহ্ন | দেখাইলা তখন উদ্ধৱত সাক্ষী দিয়া। কেৱল ভকতি | কলি সম্প্ৰতি | আপুনি কৃষ্ণে আসিয়া। উদ্ধৱ বিহুৰ | তৃতীয় স্ক সদ সেখিয়ে তাক।