পৃষ্ঠা:গুৰুচৰিত.djvu/৭৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তাইৰ ঘৰে বাই ৰাত্ৰি কৰিলা নিবাস। শৃঙ্গাৰ কৰিল। পাচে কৰি হাসি পাস। সেহি থানে আৰৰ গই বিএ বাবা। মাতৃক সম্ভোগ কৰি আনলে আই। ৩৩ একদিন দুয়ো পাঁচ বিচাৰ কৰিল। পূৰ্বাপৰে মাতৃ পাচে কাৰণ কহিল। হেন শুনি মজলিৰ মনে মহাত্ৰাস। বোলে হৰি হৰি বিধি তৈল। সৰ্বনাশ। পঞ্চম তক মোৰ সিজিল সকলে। পৰশিলে আসি মোক পূৰ্ব কৰ্ম্মফলে। জীৱন্তে মৰিলে। মই পাপ কি কৰিলে। আবেসে জানিলে মই অবেগতি গৈলো॥৩৩৭৮ সংসাৰ মধ্যত মোত পৰে পাপী নাই। কৰি নিশ্চয় মন বিৰিষি চাই। নকহিলা মাতৃত কথাৰ ভাজি তে। আপোনাকে গৰিহ কৰিলা বলে। ৩৩৭৯ নাম বিনে গতি নাই জানিলে নিশ্চয়। চাৰিয়ো বেদৰ সাৰ ভাগৱতে কয়। নাই নাই নাই গতি মাধৱত পৰে। নিন্তাবিবে জানো োেক সংসাৰ সাগবে। ৩০ আপোনাকে আপুৰি গৰিহি মহামতি। এহিমতে খেদ বৰ কৰন্ত সম্প্ৰতি।