পৃষ্ঠা:গুৰুচৰিত.djvu/৭৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এক-চৰিত ত্যুয়ে আজ্ঞা পাচে দিলা বিধি চাই। মনক নিয়ম কৰি সূৰ্যবৰে যাই॥২৭৪ দহিলন্ত অগ্নি সৰ্বলোকে আছে চাই। ৰাধৰ দেহগেট ভৈল সবে ছাই। আত অনন্তৰে সৰে গৈলা ঘৰঘৰ।। অধোমুখে তিনি ভাই লৈ দুখ কৰি ২৭৫ তিনি দিন অন্তৰে কৰি এক শুদ্ধি। মৃত্যুকয়ে কৰাইল চাই শাস্ত্ৰ বিধি॥ তাত পাচে প্ৰবেশ ভৈলে দিন দশে। কৰাইলন্ত মৃত্যুঞ্জয়ে দৰ্শক হৰিবে।২৭৬ মাসপূৰ্ণ ভৈল যেবে তাত অনন্তৰে। সূৰ্যবৰে মাতিলত জ্ঞাতিক সত্বৰে। মৃত্যুঞ্জয়ে কৰিল বেদমন্ত্ৰ তুলি। তিনি ভাই দিলন্ত পিতৃৰ জলাঞ্জলি॥২৭৭ দধি কলা ওল তিনিকো মিসলাই। ৰাধৰ হৰিষ ভৈলন্ত তাক খাই। তিলোক অৰ্পিয়া কৰ্মক কৰি সাঙ্গ। ব্ৰাহ্মণক মিসাইলন্ত নৱকুড়ি গাঙ্গ॥২৭৮ জ্ঞাতি বন্ধু বান্ধৱক ভুঞ্জাই অম্নে পানে। তুলি সবাৰৰ মন বসনে ভূষণে। দিল। ভাত ভোৰ কোনে কৰিবেক লেখা ব্ৰহ্মতো কৰিলে ৰাহ্মণেয়ে দেখ ২৭৯