পৃষ্ঠা:গুৰুচৰিত.djvu/৭৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পম অত কথা হয়। কৰ্ণভৰি পিৰে কথা শুনে হয়। পুহাইলাৰনী বেবে আসি অনন্তৰে। এভাত ভৈলক জানি উঠিলা সবৰে০৩২১ সন্ন্যাসী হৰিবে যাই প্ৰণাম কৰিলা। খাই দাই মনৰলে শঙ্কৰে চলিলা। শুনা সভাসদ আবে ইটো কথা থওঁ। সন্ন্যাসীৰ সাধন নিয়ে কিছু কওঁ॥৩০২২ দণ্ডকাৰণ্যত আহা ৰাম কৃপাময়। লৰ ৰাক্ষস তা অনেক আছয়। যিব শাক অন্ন ৰাম লণে ভূয়। সীতাদেৱী যাই পাত চুৱা ফেলায়॥৩৩২৩ মানৱন্তে দেখি ঢোণ্ডা কাক হৈয়া যাই। ব্ৰিজটা সহিতে যাই দুইয়ে চুৱা খাই। হেয় সাধন আৰ আছয় পূৰ্বৰ। পৰম প্ৰসাদ খাই আছয় ৰামৰ॥৩৩২৪ এতেকৈ জানিবা ইটো মহাভাগ্যৱন্ত। তাতে শক পাইল সন্ন্যাসী মহন্ত। অল্প সাধুসেৱা মাত্ৰ ভৈলা নাৰদৰ। প্ৰিয়তম ভক্ত তেতে ভৈলাহা কৃষ্ণৰ৩০২ দেখিয়োক সাক্ষী আৰ আছে ঠাই ঠাই। তৰি আহে ভকতিৰ বাসনাক পাই।