না যেন তৈত কৰিাত ৰাৰা ম স | কৃষ্ণৰ এতিমা নিতে নিতে পূৰ কৰে। একদিন বৰ বেলি ভৈলা দেখিয়া মাধৱে কৰা কৈল | শঙ্কৰে শুনিয়া বুলি অনৰে৩২৯৩। পঢ়ায় এক বিত্ৰে ছাত্ৰ তথা হইকো চাই কৈল চাই বা | ও সোজ গীত কৰি তেতিশে। শুনি ৰামৰাম মহামতি বুলিত পাচে কৰি নতি | বোধ পাইলো বুলি এণামি দুই চৰণে। মান কাল কৃষ্ণ পুজিববাহো নিমিত্ত কৰিয়া বুলিলোহহ | পথ ঘাটি যেন নহয় ভক্তসব। শঙ্কৰে বোলত শুনা মিতা নকৰিবা মনে কিছছা চিন্তা | কহিলো আসয় নানা অন পতিৰ ৩২৯৪ নৱ দেশ মহা বিপ্ৰবৰ গীত কথা শুনি শঙ্কৰৰ মন নিশ্চয় কৰিব নোৱাৰিলা। এহিমতে আছে কতো বেলা আপুন থানত বিবে ৰৈলা মনত সন্তোৰে শঙ্কৰৰ উঠিয়া গৈলা। তৈৰ পৰা যেৰে গৈলা লৰি নদীতীৰে ৰৈ ৰ কৰি | আত অনন্তৰে শুনা কথা যেন ভৈলা।। বো কিনা সবে কৰি আনি ভুঞ্জিলত সবে অন্ন-পানী | বগি আছে গুৰু কৃষ্ণকথা কৈবে শৈলা ১৩২৯৫ মহা কালাৰুক ৰূপ ধৰি চাৰি গোটা দৈত্যে ক্ৰোধ কৰি লবাৰৰ আগতে উপসন ভৈলা আসি।
পৃষ্ঠা:গুৰুচৰিত.djvu/৭২৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই