পৃষ্ঠা:গুৰুচৰিত.djvu/৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্ৰথম ও দশদিগপালে মতিন্ত মন্ত্ৰ কৰি। থাকি লৈ মূৰৰ কলি কৰি। তুষ্ট হুয়া দিগপানে আশীৰ্বাদ কৰি। পাৰিজাত পুষ্প মাখে দিলা ভৰি পৰি৷২৫ তাহাৰ মাথাত যেবে কুসুম পৰিল। দেখি মৃত্যু তাক বুলিবাক লৈল। পাইবা পুত্ৰ আৰ তুমি নকৰিবা শঙ্কা। দেৱ পূজা কৰি যি ভাজি আহা টা ২৫ হেন গুনি সূৰ্যবৰ গৃহক গৈলন্ত। দেৱ পাৰিজাত নিয়া ভাষাক দিল। পুপ পায়া তৃণসূতী ভৈলা মন। হেন শুনি আনন্দিত যত বন্ধুগণ॥২৬• মাঘ মাসা সূৰ্যবৰ ভাৰ্য্যা সঙ্গে গৈল। তৃণমূতী গৰ্ভত উত্তম বীৰ্য বৈল। আঠ মাস তৈতে মাতৃ গৰ্ভক ধৰিলা। আহিনৰ এক দিন আছন্তে জন্মিলা॥২৩১ কুলা দশমী তিথি ভৈলা সিবেমাত। মুখ শশাক গুচি আঙ্গল বহে বাত। হেন সময়ত আসি তৈলা তান জন্ম। দৈবজ্ঞ ব্ৰাহ্মণে নাম দিলে কুসুম ২৬২ গণি পঢ়ি দৈৱজ্ঞ কহিল শৰাশি। বৰে জলে স্নান কৰি হৰিষি।