পৃষ্ঠা:গুৰুচৰিত.djvu/৭০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰু-চৰিত উৰ্গিয়া দিল। যত দাস দাসী গ্ৰাম। পাইলা সূৰ্যৰে মহা কন্যা অনুপম॥২৫২ মহা বিতোপনী কন্যা মহা সুলক্ষণ। মহা পতিব্ৰতা শাস্তী যেহেন পদ্মিনী। কন্যা লইয়া সুৰ্যবৰে আসিলন্ত বৰ। দেখি বন্ধু বান্ধৱৰ হৰিষ অন্তৰ ২৫৩ তানিয়োক আবে হলায়ুধৰ যে বিয়া। সুভদ্ৰা যে নামে কন্যা দিলেক আনিয়া। তাত পাচে জয়ন্ত মাধৱ দুয়ো ভাই। গুটিমালী সুভাগীক বিহাইলেক যাই॥২৫৪ কতো দিন আছ ততে ৰঙ্গে ঢঙ্গে। জাতি বন্ধু বান্ধৱ সমন্তে এক সঙ্গে। ইসব কথাক আবে এহিমানে থৈলা। না শঙ্কৰৰ পিতৃ যেনমত ভৈলা। ২৫৫ ৰাজধৰে বোলে বাপু শুনা সুবৰ। সন্ততি নভৈল দেখো তোমাৰ বংশ চাৰিয়ে ভ্ৰাতৃৰ মাজ পুত্ৰ কাৰৰ নাই। বেনমতে পুত্ৰ হোৱে চিস্তিয়ো উপায়॥২৫৬ শুনি সূবৰে পাচে মহা ৰজশনে। আমোষ মন্ত্ৰক জপিলন্ত তেতিক্ষণে। ইত্ৰ চন্দ্ৰ কুবেৰ বৰুণ বায়ু যত।

  1. কৰি সৰাহকে পুলি ভাৱত ২৫৭