শ্ৰীগুৰুৰ লগত প্ৰীতিভাৱ—
যেন এক দেহ দুই তিন তাৰ নাই ॥”২৬৭
(নীলকণ্ঠ)
শ্ৰী গুৰুৰ ভবিষ্যৎ বাণী—
যত মেধি ভক্ত হইবে সকলে আমাৰ॥” ৩১৫
(নীলকণ্ঠ)
শ্ৰী শঙ্কৰ-সূৰ্য্য়ই যে কামৰূপীয় ভাগৱতী-ধৰ্ম বা এক শৰণ নামধৰ্ম
প্ৰকাশ কৰিছিল—সেই কথা, শ্ৰীশ্ৰীদামোদৰদেৱ প্ৰধান সেৱক ভট্টদেৱৰ কথা-ভাগৱতৰ দশম স্কন্ধ, তাৰ পৰৱৰ্ত্তী ধৰ্মাচাৰ্য্য় গোপাল- চৰণৰ তৃতীয় স্কন্ধ ভাগৱতত আৰু মহাভাৰতৰ বহুতো পৰ্বত কবিসকলে উল্লেখ কৰি গৈছে। নামঘোষাতো এই বিষয়ে শ্ৰীশ্ৰীমাধৱদেৱে বহুতো কথা লিখি গৈছিল।
শ্ৰীগুৰুৰ প্ৰয়াণৰ পাচত শ্ৰীশ্ৰীদামোদৰগুৰু শ্ৰীগুৰুৰ থানৰ নিকটতেই
বাস কৰিছিল আৰু আই-নাতিসকলৰ খা–খবৰ কৰি আছিল। ইয়াৰ উপৰি শ্ৰদামোদৰদেৱে গুৰুৰ আৰ্হিৰে লৈ শেষ কাশত গৈ কোচবিহাৰত বাস কৰিছিল আৰু তাতে প্ৰয়াণ লাভ কৰিছিল। আজিলৈকে মস্ত শঙ্কৰলে, এমাধৰগেৰ আৰু দামোদৰদেৱৰ এয়াণ কৰা ঠাই তিনিখনে কোচবোৰত পূৰ্ব স্মৃতি জীয়াই ৰাখিছে। এহৰিদেৱে গুৰ সলভ কৰিছিল। তো আছিল মানেৰিত। মানেৰিৰ পৰা পাটবাসী আয় চাৰি মাইল দূৰ। হৰিক নিতো মানেৰিৰপৰা আহি পাটবাউলীত এলগত এস কৰিছিল আৰু ভাগত চৰ্চা কৰিছিল।