পৃষ্ঠা:গুৰুচৰিত.djvu/৬৯৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰু-চৰিত শুনা নিৰন্তৰে কহিলা শৰ | ইটো কথা আবে ও। নিয়ে বচন ইটো পক্ষীগণ | তাৰ কথা শুনা কওঁ। দেখিয়ে সমস্ত পক্ষীসব যত ভাৰ শিষ্য নিৰৰে। তৰিবে নোৱাৰি | বৃক্ষৰূপ ধৰি ভাৰ বহে চটৰে॥৩১৬৮ দেখিয়োক চাই | গুৰ বিলাই | গাৱে পৰি শিষে লাদে। লৈ ভাৰ নকৰি বিচাৰ | ময় আপুন মলে। ইটো বৃক্ষজাৰ | কাটি যদি আৰ নৌকাক কোনো সাজয়। কৈশো নিষ্ট কৰি কামুৰিবে ধৰি | থাকিবে শিষ্যে নিশ্চয়। ৩১৬৯। লত ডুবাই | মলত ধৰিব শামুক শালুক দুই। আন্মে অন্তে মৰি একে লগে ফুৰি বেক শিষ্য ও দুই।