পৃষ্ঠা:গুৰুচৰিত.djvu/৬৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এ বৃক্ষে বায় আৰে ডালে নয় | ওচৰা ওচৰি কৰি আছে। কবোৰ কৰি যাই | শঙ্কৰৰ মুখ চাই | মাধৱদেৱে সুধিলন্ত পাচে।৩১৬২ কি কাৰণে বাট এৰি বিপথে আছিল লৰি | কৈয়ে বাপ চৰণত ধৰে।। দেখো আৰ ভাল পাত পক্ষীলাদ মল মূত্ৰ | দেখিয়া সংশয় বৰে কৰে। নিয়া শঙ্কৰে খেদ কৰি বোলে পচ্ছেদ দিবে আসি শুনিয়া ইহাৰ। হিলন্ত গুৰু ইটো লোকৰ খাইলেক যিটো | মোহ হুয়া চাউল কানি ধাৰ। ৩১৬৩ বনাম গুৰুদেৱ | মোত পৰে নাই কে আপুনি ঈৰ পদ ভৈলা। মাৰ্গ এবি বায় মৰৈ বেন আখি খাই পৰ্বতৰ ভাৰ কান্ধে লৈলা। কাত নিলাৰ ভাৰ বোলে সাগৰৰ পাৰ | যাওঁ বুলি মেলয় সান্থৰ। তাৰে সমে অল যাই তাহাৰ নিস্তাৰ নাই | নপাৱয় পাৰ সমুদ। ৩১৬৪ যেন মহা দুনিয়া উপৰক মাৰি খায় সপে হিয়া পুৰিয়া মৰয়।