পৃষ্ঠা:গুৰুচৰিত.djvu/৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এ হেন সূৰ্যৰ মহা প্ৰচণ্ড প্ৰতাপ। বাৰ বশশি দেখা আছৰ গদ্যাপি। তাহান বশগ ৰাশি কহিবোহে কত। ভূঞাৰ মধ্য ভূঞা ভৈলন্ত প্ৰখ্যাত ২৪৭ ইসব কথা ভাবে এহিমানে থওঁ। সূৰ্যৰ ভাৰ্যাৰ মহিমা কথা কওঁ ৰামগিৰি নামে এক আহিলা চৌধাৰী। তান ভাষা বহিণী যে মহা বৰনাৰী ২৪৮ তাহান গৃহত এক জন্মিলে কন্যা। অৱ কৰি কহে তাৰ নাম-গুণ না। এক দিনা ৰোহিণী এৰ কাল ভৈলা। স্বামী সঙ্গ এৰি আন শষ্যাত তিলা২৪৯ সেহিদিনা এক কথা অকাৰ্য মিলিলা। তুলি পাটি আছে যত কুকুৰে দুলা। হেন দেখি ৰোহিণীয়ে মনত অসুখে। খে পাৰি তথাতে নিল মন দুখে॥২৫ সেহিদিনা মিলেক দিব্য এক কা। যেহেন পাৰ্বতী ৰূপে গুণে মহা ধন্য। খেৰত জন্মিলা তাতে ভৈল খেৰসুতি। আৰু সেৱা কৰিলে পাতক যাই টুটি॥২৫১ ৰূপে গুণে তাহা যে কেহ নহে সৰি। সূবৰে নিয়া বিহা দিলা ৰামগিৰি।