পৃষ্ঠা:গুৰুচৰিত.djvu/৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰিত বিদায় কৰিয়া সবে ঘৰে চলি গৈলা। আত অনন্তৰে শুনা যেন কথা ভৈলা ২৪১ ৰাজধৰ ভাৰ্য্যা যিটো দেহুতি সুন্দৰী। জম্মিলত দুই পুত্ৰ দুই নাম ধৰি। জ্যেষ্ঠ ভৈলা জয়ন্ত যে মাধৱ কনিষ্ঠ। বা জগিলা দুয়ো পৰম বিশিষ্ট ২৪২ পুত্ৰমুখ দেখি ৰাজৰ মহামতি। ব্ৰাহ্মণ ৱৈ আনি কৰিলা গণতি। পৰি বৰিষ টেৱানিত আছিল। তিনি জীউ দুই পুত্ৰ তথাতে মৰিল। ২৪৩ এয়ত মাধৱ দুয়ো আলিপুখুৰীত। বাখৰৰ তিনি পুত্ৰ পৰম বিচিত্ৰ। জ্যেষ্ঠ ভৈল সূৰ্যবৰ মহা শুকমতি। যাহাৰ বংশত আনা জগতৰ পতি॥২৪৪ সূৰ্যবৰ আদিত্যৰ কি কহিবো কথা। সূৰ্য যেন একালিয়া ফুৰে যথা তথা। মহা এপিত তেতে কেন সূৰ্য প্ৰায়। নাম শুনিতে লোেক কশিয়া পলায়।২৪৫ পৰম পণ্ডিত তেন্তে সহ অগণি। পলায় পণ্ডিতগণ যাৰ নাম শুনি। বেদ শাস্ত্ৰ মত নিপুণ ছিল। বহু আদি কৰি স য় ২৪