পৃষ্ঠা:গুৰুচৰিত.djvu/৬৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আতিগণে বোলে তুমি কৰা যেন লাগে। বুলিন্ত অৰৰ ৰাধৰ মহাভাগে। তোসব কিছে মোৰ হৈয়াহা সহায়। ভাল বুলি চলি গৈন জ্ঞাতি বন্ধুচয় ২৬ সমস্ত ভূঞায়ে যাই কৰিলা আলচ। ভোজৰ সম্ভাৰ দিল পহ কাছ মাছ। জৰে সম্ভাৰ কৰিলা এক ঠাই। অনাইলন্ত পাচে সৰে জ্ঞাতিক মতাই'২৩৫ জ্ঞাতি মিত্ৰ বন্ধু আনিল যত ভেটি। ৰাজৰে সৰাকো দিলাহা বাটি বাটি। চাউল ডালি তৈল শস্য লোণ চৰু যত। ভাণ্ডাৰে ভাণ্ডাৰ প্ৰব্য বস্তু নানা মত।২৩৮ ভূঞা সমকো ঘৰ দিলা নানা ভাবে। ধৰিলন্ত আঙৰ ধৰে গাতে পাৰে। আপুনাৰ ধন ধান্য বস্তু অসংখ্যাত। ভূঞাৰ ভেটিয়ে আৰে ঘৰ পুতিল ২৩৯ ব্ৰহ্মভোজ কৰিলন্ত যত বিপ্ৰচৰ। পৰৰ হৰি মন ভৈলা ৰাধৰ। ভুঞ্জি খায় সবে লোক বসিল সঙ্গে। তাম্বুল পাণক দিয়া ৰাখৰে ৰলো২৪ একশত যে ব্ৰাহ্মক দি গান। বা ন বিলাইকে শকে প্ৰাণ