পৃষ্ঠা:গুৰুচৰিত.djvu/৬৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাপাৰি মোক বোলোহে কোষা সিপোনে বাট এৰিলে। কলো তোৰ আগে শৰৰ পাৰে | ঐৰ পৰা সেৱা কৈলো। এবি বুলি লৈ আন দিন গৈ | পথাৰক ভিন বাটে। কৰি কাম যত | আসি দুপৰত স্নান কৈলা আন ঘাটে। ২৯৮২ না অনন্তৰে | বুলিলা শৱৰে নাসে কিক বিপ্লব। বোলে বলৰাম কৰা হেন কাম | বায়ো তুমি তাৰ ঘৰ। আনিয়োক তাক বোলোহে তোমাক | কৰা দয়া ব্ৰাণক। হেন গনি গৈল কলম লৈ | বাইলও তাৰ গৃহক। ১৯৮৩ লগাইল মাত | আহা নাই বিপ্ৰবৰ। কহিল পাচে তান ভাৰ্যা আছে | কাম কৰে পথাৰৰ। বলমে শুনি আহা মনে ৩৭ পথ ভেটি বসি আছে। ৪১