পৃষ্ঠা:গুৰুচৰিত.djvu/৬৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শুৰুচৰিত ৰামায় আদি আনন জাতি নিত। এনে থানে আসবে সানি ঘৰ। নেহিবে নাৰায়ণ আৰোবাৰ আইলা। গণকপাৰাত মাধৱৰ লগে ৰৈ২৮৬৪ মাধৱে সহিতে একমতি তৈল যাই। কুমাৰপৰাক গৈলা শঙ্কৰৰ ঠাই। পৰি প্ৰণামিলা দুয়ো গুৰুৰ চৰণে। শঙ্কৰে সুধিলা দেখি মধুৰ বচনে। ২৮৬৫ দুইৰ মুখ চাই হাসি বুলি বাণী। মোক দয়াতৰে দুয়ো আসিস। আপুনি। পৰম প্ৰসিদ্ধ পাটবাউসী নগৰ। অহিতে সজায়া আসি আছে বাসা ঘৰ।২৮৬৬ তৈকে লাগি যাওঁ চলা ভকতৰ সঙ্গে। এহিলি আনন্দে গৈলন্ত লৰি ৰঙ্গে। ভকতসকলে সবে উঠিল নৌকা। মুখে ৰামনাম অন কথা নাই ভাত। ২৮৬৭ ঘনে ঘনে ভকতে সুমৰে হৰি হৰি। নৌকা বায় গৈলা শক আগ কৰি। মুহিকে বিদূৰ সিটো ওচৰতে ঘৰ। মহাজে ঘটে যাই উঠিল। ২৮ অনন্তৰে ঘৰ পাচে প্ৰবেশিকা বাই। পৰম কৌতুকে বৈলা হৰি গাই