পৃষ্ঠা:গুৰুচৰিত.djvu/৬২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰম হৰিব মনে নাৰায়ণ মহানে | এনৰে ঘৰ পাইলা যাই। নদীতীৰে বহিলত ইৰ সানি নৌকা বাজি ৰৈল সেহি ঠাই। যত পৰিবাৰ অন লৈ পৰা নিলা ন নাৰায়ণ পৰম নহত। উপবাস কৰাইলত পানীৰ বাহন ত তাক সবে দূৰ কৰিলত। ২৮০১ গায়ে গায়ে দিল বুদ্ধি লিপি পুছি গৃহৰি কৰিলত আঙ্গিনা চোতাল। শৰ কথা কৈলা শুনি আনন্দিত লৈ | আপোনাৰ যত পৰিয়াল। কৰিলা শৰণ পাচে যত বন্ধুগণ এতে | শৰৰ পুথি আগে খৈয়া। পাইলে ভ স বুলি কৰে মনে। নাচে অতি আন কবিয়। ২৩২ বোলে কৃত্যভৈলা কত শৰণ লৈলে | তৈল আবে ৰ সফল।