পৃষ্ঠা:গুৰুচৰিত.djvu/৬২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩০ গুৰু-চৰিত | দোয়া মাধৱে দেখিয়া তেখন উঠিয়া হাতত হাতে ধৰিলা॥২৮২৮ তুমি আত্মসম বান্ধৱ পন ইকাম মুহি উচিত। কানো মোৰ মনে বস্তু নাই তিনে | কতিসে নিজ বিত্ত। শুনি নাৰায়ণ ভৈ ৰ মন গদ গদ হয়া ৰৈল। লোহচয় হতে মলচৰ হাতেযোৰ কৰি গৈল।২৮২৯ মাধৱে দেখিয়া আগবাঢ়ি গৈয়া দুখ কৰি কিছে মনে। ৰ মাধৱ | এণৰ বান্ধৱ | বুলি গৈলা নাৰায়ণে॥ উঠিলা নৌকাত চাৰিন ভক্ত নাৱে লগে চলি বাই। শৰ মাধৱ | পৰম বাৰ বুলি সবে গু। গাই ২৮৩০