পৃষ্ঠা:গুৰুচৰিত.djvu/৫৯২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কপিলৰ মাতৃ এ ভৈল আলি | তাহাৰৰ কৈবে কাৰণ। দিনে এক কৰ্ম দেখি সবে মোৰ শুনা তুমি নাৰায়ণ৷ ২৬৭৩ ছবি শুনিয়োক সৰ্বজন। গুৰুপাৱে দিয়া মন | ধৰা তান চৰণত ভাটি। পাপৰ বাসনা মানে জানি সবে তেতিক্ষণে | আপুনি পেজাইবা গুৰু কাটি। ধৰা গুৰু ডাঠ কৰি হৃদয়ত প্ৰেমৰী | লগাই পাৱে বান্ধা টানি টানি। নেৰিবা বচন তান মনে নিচিন্তিবা আনি | তেবে নেৰিবেক গুৰু জানি। ২৬৭৪ নাৰীৰ উদৰে মোৰ জন্ম হইবে বাৰে বাৰ | নৰকে পচিবো মৰি গই। নকেসে হইবে সাৰ জানিলো ইবাৰ মোৰ পাতকীৰ গতি নাই নাই। ভৱকূপ সংসাৰত | কৰা আবে মোক পাৰ ভকতৰ সঙ্গে মোক নিয়ে।