পৃষ্ঠা:গুৰুচৰিত.djvu/৫৮৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এ নি। পিতা মাতা গুৰু নি। গুৰুমে তাৰিবে পাৰে ইটো সিন্ধু। ২৬৫ হে প্ৰাণবন্ধু কৃষ্ণ দৈকীনশন। তবু পদপঙ্কজে মাক মোৰ মন। শ্ৰৱণ কীৰ্ত্তন নাম ভকত স। কৰোহ কাতৰ আশা নকৰিবা ভজ। ২৫০ এহি মাত্ৰ অনুগ্ৰহ কৰা মোক হৰি। কৰোহহো কাকুতি হাতে দান্তে তৃণ ধৰি। জন্মে জন্মে হোক মোৰ গুৰুপদে মতি। ৰাম ৰাম বোলা সবে খণ্ডো দুৰ্গতি॥ ২৬৫১ ছবি শৰে কহিল। তাত নাৰায়ণে শুনিলত আদি অন্ত পূৰ্বাপৰ কথা। চাও ভঙ্গ কথা যত তাকো সবে কহিত যেন যেন কৰ্ম্ম কৈলা তথা। শঙ্কৰে বোন্ত হাসি তুমি কেনমতে আসি আমাক ইঠাইত পাইলা লাগ। অৱনত তা হই নাৰায়ণে পা দুই বুলিত কৰি অনুৰাগ। ২৬৭২