পৃষ্ঠা:গুৰুচৰিত.djvu/৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰু-চৰিত গৌড়েখৰ ৰাজা চাই মাতিল পুৰু। লজ্জাক ৰাখিয়া দয়া কৰিলাহা কিনো একলক্ষ টাকা আনিলন্ত তত পৰে। দাসী দাস গ্ৰাম দেশ দিগন্ত সত্বৰে ১৮৭ একশত বাছুৰু ৰাজা দিল পাছে। ৰাজাৰ ভিতিক চণ্ডীবৰে চাহি আছে। ইটো বিত্ত সৰ্বষক আমাক নালাগে। হেন শুনি মাতিলন্ত ৰাজা মহাভাগে ১৮৮ দেহ থাকে মনে কৰিবোহ প্ৰতিপাল। ইমত কাৰ্যক নকৰিধ্যে কোনো কাল। চণ্ডীবৰে বুলিলন্ত বচনক ভালে। ৰালাক প্ৰশামি লৰিলন্ত ততকালে॥১৮৯ যাওঁ বুলি আশীৰ্বাদ কৰিলন্ত ৰাজা। জয় জয় ঘুষিলত নগৰৰ প্ৰজা। দেৱীদাস বসিলন্ত নৌকাৰ উপৰে। দুই কুৰি লোকে বাই লৈ যান্ত সত্ত্বৰে ১৯০ কতোদিনে পাইলা। সেই আপুনাৰ ঘৰ। বন্ধু বান্ধৱক দেখি আনন্দ অপাৰ। বহিলন্ত চণ্ডীবৰে নিস্তাৰি আপদ। শঙ্কৰৰ বংশাৱলী শুনা সভাসদ॥১৯১ চণ্ডীবৰৰ তোৰ লগত ৰ একচিত্তে শুনিলে পৰম পদ পাই। পলৰ বাসনা পুৰি সবে হোৱে চাই।