পৃষ্ঠা:গুৰুচৰিত.djvu/৫৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

একচৰিত সিয়ো এৰী ডিঙ্গি হাত ভৈলেক যোকলি। নাম ধৰ্ম সম ৰাৰ নাহি এক, বী। মনাম বিনে সখি নাই একো গতি। হেন নি হৰি নাম আকন্তু সম্প্ৰতি। ২৬২২ বিস্ময় দেখিয়া খাণ্ডা খৰে বান্ধিল। ৰা আজ্ঞা পালি পাচে নদীতীৰে নিল। দেখি নৰনাৰী চাই বিস্ময়ে গুণয়। নাকত আঙ্গুলি দিয়া ধৰ্ম সুমৰয়। ২৬২৩ আঠ, জানু পাৰি আছে নদীৰ তীৰত। ৰুপদপঙ্কজক ধৰি হৃদয়ত। হনমতে ৰৈল চিত্ত সাৱধান কৰি। চাৰি গুটি বস্তু লৈয়া দৃঢ়মনে ধৰি। ২৬২৪ মাৰিলেক বাৱক আহোমে খাণ্ডা ধৰি। লোমগছে। নলৰিল ছিঙ্গিল কটাৰী। বিপৰীত দেখি চাই আছে নৰ-নাৰী। সুমৰত নাম হৰি আঠ জানু পাৰি। ২৬২৫ এহিমতে তিনি বাৰ ছিজিল কটাৰী। মাধৱে শুনান্ত নাম ডাক পাৰি পাৰি। পাচে আনিল তৰোৱাল এক খানি। কেবি মাৰি পাচে কাটিলত যেন পানী। ২৬২৬ হাত চাৰি আই মু পৰিল উফৰি। তিনিবাৰ ললে নাম কাটা মুণ্ডে পৰি।