পৃষ্ঠা:গুৰুচৰিত.djvu/৫৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

০ বা ভেটিকে আমি এখন দুই কাধে। আজাৰৰ বৰ্ণ কাক দেখৃি ভয় লাগে। হেন দেখি মই পাচে তশিলো মত। লৰ দিয়া যাওঁ মই এহি সময়ত। ২৬১১ পুথিখানি দুই হাতে বুকে বাজি লৈলো। ভিতৰৰ পৰা বৰ বেগে লৰ দিলো। হেপচিয়া চিত্তে পেলাইসোহে দুইজন। গচকিলো দুইকো দুয়ো বুকুত চৰণ ২৬১২ নেচকুৰি মাজে মাজে পলাওঁ অৱৰি। অহোমেও খেদি মেক নয় ভৰি ভৰি। সুৱৰ্ণৰ ভৰা কাণত পিন্ধিছিল। নেচকুৰি অেঙ্গ লাগি চিৰিয়া পৰিল। ২৬১৩ হন দেখি মই হাত চিপিয়া ধৰিলো। তেনে কাণত জোৰা লাগিল দেখিলে পুথিখানি হাতে লৈয়া বুলিলোহা মই। ব্ৰাহ্মণক মাৰিব খোজহ কেনে অই॥ ২৬১৪ উলটিল আহোম বিহেন আনি। আসিলোহে মইয়ো নাচে লৈয়া পুথিখানি। হেন অথতৰ মোৰ যেবে বেলি তৈল। নাহিবাৰ দেখি মাধ জমাই খেদি গৈল। ২৬৫ মোক নপাই আহোমে দুইকে ধৰি নিল। বাটে বাটে যাতে ৰামৰম অমলি।