পৃষ্ঠা:গুৰুচৰিত.djvu/৫৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চকু ও এহিমতে কত দিন আছছ মনৰলে। কৃষ্ণৰ কীৰ্তন কৰি ভকতৰ সঙ্গে। ২৬০৫ আত অনন্তৰে আৰৰ শুনা পাচকথা। আহোমৰ হাতী ধৰা লাগিলেক তথা। হৰি নামে জমাই তেন্তে আমাৰ আহিল। কৃষ্ণৰ ভকতি যাৰ সদা মুগুলি। ২৬০৬ একশত লোকৰ আছিল অধিকাৰ। হাতী ধৰিবাক লাগি নগৈল ৰাজাৰ। হাতী ধৰা বৰা এক চণ্ডিকাই আছে। ধৰি নিৰে হৰিক পাঞ্চিলে দুতে পাচে। ২৬০৭ লোকৰ মুখত আমি হেন বাৰ্তা পাইলে। বৰবাৰী এৰি সবে তেনে পঠাইলো। চণ্ডিকাইৰ লোকে আসি শূন্য ঠাই পাইল। মনে মনে ৰাতি নুধা ধৰক ভেন্টিল। ২০০৮ দেখে সুধা ঘৰ মাত্ৰ লোক ভাত নাই। কেনমতে পাওঁ বুলি কৰে হাইফাই। এহিমতে অনেক কৰন্ত বসি তাপ। গাৱঁৰ চৌপাশে বেঢ়ি দিলে পাচে ধাপ। ২৬ কীৰ্তন পুস্তকখান থাকিলে ঘৰে। তাকে আনিবক মই গৈলে একেশনে। সোমাইলোহ ঘৰ আমি মনে মনে নাই। আহোম লুকাই মোক দেখি আছে চাই। ২৬১