পৃষ্ঠা:গুৰুচৰিত.djvu/৫৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দুড়ী শুনা সৰ্বলোক মাধৱক যোক কৰিলা যেন শৰ। শৰ মাধৱ দুহাৰৰ আনি। | কিঞ্চিতত নহে অন্তৰ। কৃষ্ণে যেনমতে উদ্ধৱত ভক্তি | কহিল যিটো ৰহস্য। মাধৱ দেৱৰ | প্ৰেম ভকতিত ভৈলন্ত শঙ্কৰ বশ্য ২৪২ শঙ্কৰৰ শক্তি | মাধৱক দিয়া আচাৰ্য পাতিয়া থৈলা। মাধৱদেৱক গুৰু মানি লোকে কৃষ্ণত শৰণ লৈ। নমো নমো কৃষ্ণ জগত জীৱন পতিতপাৱন স্বামী। তোমাৰ অভয় চৰণ পঙ্কজে | শৰণ পশিললা আমি॥২৪০৩ মহামূখ হুয়া শঙ্কৰ চৰিত্ৰ লেখি কৰিলো এচাৰ। মহ নৰ মাসে ভূষণ শনিয়া কৰিলে সাৰ।