পৃষ্ঠা:গুৰুচৰিত.djvu/৫৩৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰিত সি নপায়া বৰা কানে আদেশ কাটিৰাক নেই তাই ধৰি। নাম ৰাইবে লাগি মাধৱে বাইক খোজ ৰাখিয়া নেদয় তাক এৰি। নাম সুমৰাইবে মোক ৰাখিয়া নেয় এৰি মাধৰে মাতত গেৰি দিয়া। সাধান সাৱধান | আপুনি হুয়েক বাপু নাম বিনে গতি নাইকিয়া ২৩৯৯ ৰাৰ কৰু ৰাম কৃষ্ণ | বেলন্ত জমাই বান্ত মাধৱে অনন্ত কাণ পাতি। নীত নমাই নিয়া অনুকালে কাটিলেক অহম পাষণ্ড কুমতি। মাক মাইক | ধৰিয়া নিবাক শুনি শবে ক্ষতি নাহি গাত। আধ শোকশলে | শৰীৰ নসহে তান হিয়ে যেন ভৈল বজ্ৰপাত॥২৪•• আন ভোনক নাহি পন্থক নিৰেখি থাকে | কিবা বাৰ্তা শুনো পন্থকত। এক হৰুৱাই হেন খেদ কৰি শদেৰ হৃদয়ত।২৪১