পৃষ্ঠা:গুৰুচৰিত.djvu/৫২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাধৱ বাৰ আতা আমিইঠাই। শীঘ্ৰে চলি যায়োক পিতা গৃহৰ ৰাই। শঙ্কৰে বোল আই ভাল বুজিলাহা। মাধৱ আসিলে মোক শীঘ্ৰে জনাইবা ২৩৬ সেহিদিন ধৰি ৰুক্মিণীয়ে থাকা চাই। আসিলে মাধৱ শৰুক জনায়। উঠা উঠা আতা আইল মাধৱ বান্ধ। তনি শঙ্কৰৰ মনে মিলিলা উৎসৱ।২৩৭ মোৰ আই বুলি চুমা খান্ত ঘনে মনে। মাধৱ বান্ধৱ বুলি তুমি জানা কেনে। বুকে সাৱটিয়া তুলি কোলাত লৈল। মাধৱ বান্ধৱ মোৰ বুলি চুমা খাত॥২৩৭১ ততকালে গৃহৰ বজাই আসা বাজে। মাধৱকো লৈ তুলি হৃদয়ৰ মাজে। তুমি আমি জাননা দুইৰৰ এক কলেৱৰ। সুৱৰ্ণ কুণ্ডলে যেন মুহি ভিন্নতৰ ২৩৭২ দুইকো দুয়ো সম্ভাষিয়া সব কত কথা। কত সকলে শুনি কিন্তু সৰ্বথা॥ এহিমতে শ আছ যেৰে তথা। শুনিয়োক তাত পাচে যেন ভৈল কথা॥২৩৭৩ মাধৱ দেৱৰ বহিৰাইৰামদাস। দুই নিৰাবাক কৈ মনত উল্লাস। ৩