পৃষ্ঠা:গুৰুচৰিত.djvu/৫২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থত লা, হুই তাৰ প্ৰসাদক নলৈলত। সমাজৰ পৰা উঠি গৃহক গৈল। ব্ৰাহ্মণক আগে প্ৰসাদ বিগাইল। হৰিধ্বনি কৰি সবে ঘৰঘৰি গৈলা ২৩৪৭ অনতৰে শঙ্কৰৰ পুত্ৰ উপজিল। হৰিচৰণ নাম তাক আনতে দিল। ভাত অনন্তৰে ৰুক্মিণীয়ে জন্মিল। ৰূপ দেখি নাম তান শঙ্কৰে দিল॥২৩৪৮ তিনি পুত্ৰ দুই জী ভৈলা শঙ্কৰৰ। দেখি সন্তোবিত যত সমস্ত ভক্ত। কোলে তুলি লোৱে কতো মুখে চুমা পাৰি। ৰূপ নিৰেখিয়া থাকে যত নৰনাৰী। ২৩৪৯ বৰ ভৈল ৰমানন্দ কমললোচন। মধ্যম ভৈলন্ত ছোট হৰি যে চৰণ। পুত্ৰ জী দে গোসানীৰ ৰঙ্গন। শৰদেৱক সেৱি থাকে সৰ্বক্ষণ। ২৩৫০ ইসব কথাক আবে এহিমানে থওঁ। মাধৱদেৱৰ কথা শুনা তাক কওঁ। এককালে কন্যা এক জুৰণ পিয়াইলা। দিবো কন্যা বিবাহক পিতৃয়ে বুলিলা ২৩৫১ বেহিদিনা শঙ্কৰদেৱক লাগ পাইল। সেহিলিনা হতে মন নিশ্চয় কৰিল।