পৃষ্ঠা:গুৰুচৰিত.djvu/৫১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুচৰিত ভৈলা মহোৎসৱ প্ৰাণ প্ৰতিষ্ঠা কৰিলা। মদন গোপাল নাম এতিয়াৰ দিল। ২০০৮ ভৈল সন্তোষ বিপ্ৰগণ নিৰন্তৰে। প্ৰতি পূৰ্বকতে পাচে পুছিল শঙ্কৰে। শুনিয়োক বিএসব পুছে। এক কথা। সমুচিত ৰূপে তাক কহিবা সৰ্বথা। ২৩০৯ ঈশ্বৰৰ মূৰ্ত্তি ইটো হোৱে হিকয়। আৰু সেৱা কৰি গতি পাৱে নপাৱয়। হেন শুনি কহিলত বিপ্ৰ নিৰন্তৰে। পূৰ্বে কথা কহিল আপুনি ঈশ্বৰে। ২৩১০ যতেক মৃত্তিকাময় যত শিলাময়। মত আলময় ইটো তীৰ্থ দেৱ হয়। কিন্তু শুদ্ধ কৰে চিৰকালে সেৰি যেবে। দশন মাত্ৰে শুদ্ধ কৰে সাধু সবে। ২৩১১ দেৱতো ভাৰ্থতো কৰি শুদ্ধ হোৱে নৰ। সাধু দেৱে তীৰ্থে জানা অনেক অন্তৰ। পুহিলা শঙ্কৰদেৱে পুৰু তাসক। কোৱা বিপ্ৰসব সাধু বোলা কাহাক। ২৩১২ জানা ইটো জনে হৰি ভকতি কয়। তাসকে সাধুবুলি কহে বিএয়। পুছিল শঙ্কৰদেৱে তালম্বক ভেবে। দেৱতে তীৰ্থতো শ্ৰেষ্ঠ হোৱে সাধু সবে ২৩১