পৃষ্ঠা:গুৰুচৰিত.djvu/৫১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এম খণ্ড বহু মান্য কৰি বুলি ৰাজ | না শুনা চণ্ডীব। ইটো মন তাপ | যত আছে বাপ মৰষিয়ে সবে মোৰ। শুনা সবে নৰ চৰিত্ৰ ইটো প্ৰধান। যেন অৰণ্যক | অগনি হয় দেখি তাক বিদ্যমান॥১৫৪ অয়িৰ সদৃশ জানিবা শঙ্কৰ মাধৱ বতাসে পাই। কলিৰ লোকৰ | পাপৰ বাসনা | দহিয়া কৰিলা ছাই। শঙ্কৰ মাধৱ ভক্তৰ বান্ধৱ | ভজিয়ে দুইৰৰ পাৰে। মহা কালসৰ্পে | বাৱে নতো ধৰে ধৰিয়ো সুদৃঢ় ভাৱে ১৫৫ ভক্তৰ চৰি মহা ভাগৱত | বুলিয়া শাস্ত্ৰত কৰ। এতেকে ইহাকে | তনিমোক সবে পুণ্যৰ হৌক উদয়। সমু সমান | চৰিত্ৰ গহন। অমৃত ফটো সাক্ষাতে।