পৃষ্ঠা:গুৰুচৰিত.djvu/৫০৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰিত শৰে উঠিয়া গৃহক বাইকে | দেখি কালি মহিমা। ভট্টাচাৰ্য আদি পণ্ডিতসকলে | বুঢ়াগ পাশে গৈলত। আশীৰ্বাদ কৰি | সভাৰ মধ্যত একপাশে বসিলন্ত॥২২৭১ মাধৱক মাতি শঙ্কৰে কহিলা শুনিয়োক এক কাজ। পণ্ডিতৰ লগে | বাদ কৰিবাক | যাইবোহে ৰাজ সমাজ। সম্যাক যাইব ভকতি ৰাখিবো দেখোক মোৰ মহত্ব। হাতে মালা ধৰি সাজু হুয়ো সবে আহাহা যত ভকত॥২২৭২ শৰুৰ গৈলও | সমজ্যাক লাগি | মাধৱ গৈল লগত। ৰামৰম গুৰু | ৰামৰায় আমি | গৈল সবে ভকত। কেতেখাৰ বাপ | নাম বুঢ়ায়ে শঙ্কৰক দেলিত। সাদৰে কমল | দিয়াইল বসিবে তাতে গৈয়া বসিল ২২৭৩