পৃষ্ঠা:গুৰুচৰিত.djvu/৫০৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ক্ৰোধে বুলি বাৰু। তোৰ সকলক নকৰে ব্ৰাণ কৰয় নিন্দা জামাক ৪২৩৬৮ ভক্ত দুইজন যাহা এক্ষিণ কহ গৈয়া ব্ৰাহ্মণত। কালি বুঢ়াখাৰ দোপৰে ৰাইবো চলোক মোৰ লগত। অকতিক যেবে ৰাখিব পাৰে। দেখোক মোহোৰ কাজ। দেখিবেক লোকে | সবাৰ মধ্যত পণ্ডিতে পাইবেক না।২২৬৯ দুয়োজনে যাই বিপ্ৰৰ আগত | কহিল এহি কথা। পণ্ডিতসকলে | বসি আলোয় কৰিবো কেনে ব্যৱস্থা। ৰকৰ কল লীয়ে বুলিল | কোহা নকৰি ভৰ। আমি বহু বিপ্ন সবেয়ো বুলিব | একলা মাৰ শৰ২২৭০ মধ্যে অন্য বাদ | কাক তুলিবো কৰিব একো সীমা।