পৃষ্ঠা:গুৰুচৰিত.djvu/৫০২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুৰু চৰিত শূদ্ৰ হয়া ভাগ- ৱত পদ কৰে | এহিটো বৰ দূষণ। আমি যাক কহহ | তাকে কহিবেক শাস্ত্ৰৰ হেন যুতি। আপুনাকে বৰ পণ্ডিত মানিয়া প্ৰকাশে হৰি ভকতি॥২২৬০ শ্ৰীধৰ ভট্টা | চাৰ্যে বোলে মই | বখানি তৰ্ক মীমাংসা। শঙ্কৰৰ মত কৰিবে দূষিত দেখিয়ে মোহোৰ কক্ষ। আমি নাম লুব্ধ পৰম পণ্ডিত সমস্ত শাস্ত্ৰে পাৰ্গত। কোনে নানয় নিচিনয় কোনে | সমন্তে ইটো লোকত ২২৬১ ব্ৰহ্মানন্দ ভট্টা | চাৰ্যে বুলিল শুনিয়ো ধীৰ সমাজ। শবৰ মত | কেৱে নধৰিব আপুনি পাইবেক লাজ। আনো লোক সম- তো শিক্ষা দিয়ে নধৰিবে তান মত। লোকে মনে আমি একমতি ভৈলে খিদে কা সম২২৬২