পৃষ্ঠা:গুৰুচৰিত.djvu/৫০১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুর্থ পy । চাষ কবিৰা মিল বামনাচাৰ্য। . ৰত্নাকৰ কন্দলীক | আদি কৰি বসিলা পাতি সমাজ ২২৫৭ অস্যো অন্যে বোলে শৱৰ গােমস্তা ভকতিক প্ৰৱৰ্ত্তয়। এক শৰণীয়া তৈলে লােক জানে। | আমাৰ মান্য খণ্ডয় । দেৱীপূজা কৰ্ম্ম | কেহাে নকৰিবে নাপাইবে দক্ষিণ দান। কৃষ্ণৰ ভকতি | পথক নসহে | যতেক বিপ্র প্রধান।২২৫৮ উৰিয়া আচার্য্য ব্ৰহ্মানন্দ ভট্টা- চাৰ্য আদি কৰি যত। শৰক সবে: | কয় অসূয়া পৰম ক্রোধে মনত । অধ্যা অতে সবে কৰি আলােচন বসিয়া সমাজ পাতি। বােলে কালি হিয়া শূদ্রগেট হয় প্রকাশ কৰে ভকতি ।২২৫৯ ভৰিয়া আচাৰ্য সবাকে সনােকি বলিল হন বচন।