পৃষ্ঠা:গুৰুচৰিত.djvu/৪৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এম ও নমো ভগৱতী কাত্যায়নী মা হুয়োক তুমি প্ৰস। মাধৱৰ কায়া। | কৰা মোক দায়া পূৰিয়ো আমাৰ মন ১৪৮ কেশ লোমচয় →ৱ আদি কৰি গাৱত যত আছয়। স্যাকে উভাৰি মহা স্তোত্ৰ কৰি সৰস্বতী উপায়। তুষ্ট হয়া দেৱী অগ্নিত উঠিলা ধৰি ৰূপ চমৎকাৰ। কৰবোৰ কৰি ৰৈলা চণ্ডীবৰ হৰিষৰ নাহি পাৰ ১৪৯ সৰস্বতী বোলে লৈয়ো এবে বৰ তোৰ যেন অভিমত। চণ্ডীবৰে নামি বোলে মাৰ তুমি | থাকিয়ো মোৰ কণ্ঠত। এহি হোক বুলি অন্তৰ্জাম তৈলা | তৈতে মাৱ সৰস্বতী। ৰা পৰে। কৰিলা গান লভিয়া পূজাৰ গতি ১৫০ সাত গোটা মন্ত্ৰ | তু কৰিণত পণ্ডিত বিনিবে এতি।