পৃষ্ঠা:গুৰুচৰিত.djvu/৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চৰিত তৈল হৰিাৰু | মাস ঘহি গাৱে আনিয়ো আমাৰ ঠান।১৪৫ কানু চেৱডিয়া চল তই পাৰে | হাৰ কুণ্ডলক লৈয়া। ৰা অলঙ্কাৰ | পিন্ধায় তাহাক | সভা মধ্যে আন গৈয়া। লক্ষ্মী কমাৰে | কাচিয়া নিহত গৰ্ত্তৰ কৰিলা বা। পৰমে খুড়াইল ডাঢ়ি গোক নখ | চলিয়ো ৰা সমাজ।১৪৬ মনিয়া কামে | মাজিল গাৰ | হৰিও বন্ধ পিন্ধাইলা। চেটিয়া কামু | কুণ্ডল কণ | পিন্ধাইল কৰিয়া লীলা। চণ্ডীবৰে বোলে | তোৰাসব ঐ খানিতেক হোৱা বাজ। মহা গুৰুতৰ | কাৰ্য এক মোৰ চিতে দেৱী হৃদি মাজে॥১৪৭' ভেৰে কাষ্ঠক | আনি আথে বেধে অগনি কুণ্ড জলিল। আপুন গাৰ লোমসব হিণ্ডি সৰস্বতী পুজা কৈলা।