পৃষ্ঠা:গুৰুচৰিত.djvu/৪৭৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬২ গুৰিত যাক এতি আশা কৰে তাক যেবে কালে হৰে বাক্যে তিৰস্কাৰ কৰে আতি। তামিৰ বোলয় তাক বোলে নানা নিন্দা কাক | ক্ৰাধত হয় জ্ঞান চুক্তি।২১৫৬ পুৰ-ধন-কলত্ৰত। | বিশ্বাস কৰয় মাত্ৰ তাকো কালে কয় সংহাৰ। 'আপুনি মাৰিলো বুলি সমুলি আকুল হোৱে অন্ধতামিল নাম ভাৰ। এহি অবিদ্যাৰ পঞ্চ পৰ্ব। নাম বোলে তাক পুৰুষক অন্ধ কৰি মাৰে। এখৰ স্বামী তাক বিদিত কৰিয়া খৈলা | সাধু সেৱাতেসে সুখে অৰে। ২১৫৭ দৈৱকীনন্দন দেৱ | একে মাত্ৰ শাস্ত্ৰ তাক | সৈকীননে কৈলা যাক। ক একে তানে সে। মন্ত্ৰ একে তানে নাম জানি নিশ্চয় কৰি তাক। ইহা নজানি হৰে যেৰে সংসাৰত মৰে | নানা দুখ কৰ্মক আচৰি। কৃষ্ণণনাম ধৰ্ম পোকত বেত কৰে | সুখে যাওক সংসাৰক এৰি। ২১৫৮- যেন হিত চিনি মনে মল শৰ দেৱে ভাগৱত কৰি বিচাৰ।