পৃষ্ঠা:গুৰুচৰিত.djvu/৪৭৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪১ ৰামৰম গুৰু সতে সেহি গৃহে বসি। ভাগৱত কৰি বিচাৰ। তম জানিলন্ত | মনে খেৰ কৰিাত | মায়াময় অনিত্য সংসাৰ। পু-দা ধনন। | সবে মিছা অকাৰণ নজানি বিশ্বাস তাত কৰে। ননি শস্ত্ৰৰ তত্ত্ব নিৰন্তৰে লোক যত মোৰ মোৰ বুলি মাত্ৰ মৰে। ২১৫৪ কলিমল সাগৰত | তল গৈল লোক যত বেহাইলেক অবিদ্যাৰ হাট। অবিদ্যাত এম্মি আছে পঞ্চপা নামে দোষ | ভাগৱত শাস্ত্ৰত প্ৰখ্যাত। পৰমাত্মা ৰূপে হৰি হৃদয়তে আহা আৰু অবিদ্যায়ে আছত ঢাকিয়া। তম নাম অজ্ঞানত ভুমি মৰে লোক যত | ঈশৰ কৃষ্ণক পাসৰিয়।২১৫৫ দেহে অহং বুদ্ধি নি মোহ নামে গৰ্ব হেৰে | গুন হেলাত নদৰে। ভোগক ইচ্ছায়ে যেবে মহা মোহে পৰে ভেবে আশাতে মৰিয়া হখে মৰে। • গৰ্বা পাঁচবিধ বিদ্যা) যেনে- স, পা, মোহ, আমি জোশ আদি), অমিত্ৰ (ত্যু।