পৃষ্ঠা:গুৰুচৰিত.djvu/৪৭৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

গুচৰিত ই থাকো আবে অত পৰেনা যেয়ে আৰে কাৰ্য যেন কৰিল। এৰ মাধৱ দুয়ে প্ৰিয়বাক্য আলিয়া | সখুধি বুলি শঙ্কৰক। তোমাৰ পিতৃ লোকে তোমাতে টোক বা | চৰ্জিয়োক পূৰ্ব বিষয়ক। ২১৫১ শঙ্কৰে বোল মোক নালাগে পিতৃৰ লোক এখোন নাহিকে আমাৰ। পঢ়িলোহো শাস্ত্ৰ দু:খ গৃহত থাকিয়া সুখে কৰিবেহে অৰ্থক বিচাৰ। তথাপিতো দুয়োজনে বুলিলা সাদৰে মাতি তুমি চবিহা তন্ত্ৰীজাক। ৰক নমস্কাৰ কৰি ৰামৰায়ে বলে | চৰ্দিাহা কৃষ্ণৰ কথাক। ২১২ আনে প্ৰিয়বাক্য বুলি ৰামৰায় আমি | শৰক নমস্কাৰ কৰি। গলাতিৰ পৰা | পূৰ্ব প্ৰামক আখি শৰক আনিলা সাৰি। ৰে বোল ভাই | ৰিয়েক বাৰ দেৱ-গৃহ সায়ো যতনে। হেৰ কথা শুনিলন্ত ৰাময় মহা মনে।২১